பொருள் : কোৰিয়া দেশৰ অধিবাসী
எடுத்துக்காட்டு :
সাঁতোৰ প্রতিযোগিতাৰ স্বর্ণপদক ্কোৰিয়ানে লাভ কৰিলে
ஒத்த சொற்கள் : কোৰিয়া বাসী, কোৰিয়া-বাসী, কোৰিয়াবাসী
பொருள் : যি লিপিত কোৰিয়ান ভাষা লিখা হয়
எடுத்துக்காட்டு :
অৱশেষত তেওঁ ্কোৰিয়ান লিখিবলৈ সক্ষম হʼল
ஒத்த சொற்கள் : কোৰিয়ান লিপি
பொருள் : কোৰিয়া দেশৰ ভাষা
எடுத்துக்காட்டு :
কোৰিয়ালৈ যোৱাৰ পিছত শৃংখলাই কোৰিয়ান শিকিলে
ஒத்த சொற்கள் : কোৰিয়ান ভাষা, কোৰিয়ান-ভাষা
பொருள் : কোৰিয়া দেশৰ বা কোৰিয়া দেশৰে সম্পর্কিত
எடுத்துக்காட்டு :
কোৰিয়ানসকল হস্তকলাত প্রসিদ্ধ
பொருள் : কোৰিয়া ভাষাৰ বা কোৰিয়া ভাষাৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
কোৰিয়াত থাকি মনোহৰণে কোৰিয়ান সাহিত্যৰ সোৱাদ লʼলে