பொருள் : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা
எடுத்துக்காட்டு :
তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে
ஒத்த சொற்கள் : দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, ব্যক্ত কৰা, শিকাই দিয়া
பொருள் : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
எடுத்துக்காட்டு :
মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
ஒத்த சொற்கள் : বুজোৱা
பொருள் : স্থিৰ কৰা
எடுத்துக்காட்டு :
তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল
பொருள் : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা
எடுத்துக்காட்டு :
তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে
ஒத்த சொற்கள் : লোৱা
பொருள் : কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া
எடுத்துக்காட்டு :
তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে
ஒத்த சொற்கள் : জনোৱা
பொருள் : ভাল-বেয়া কোৱা
எடுத்துக்காட்டு :
মোৰ শাহুৱে মোক সদায় কিবা নহয় কিবা শুনাই থাকে
ஒத்த சொற்கள் : শুনোৱা
பொருள் : কোনো কথা কোৱাত প্রবৃত্ত কৰা
எடுத்துக்காட்டு :
শিক্ষকে ছাত্র-ছাত্রীক পাঠ আওৰাই আছে
ஒத்த சொற்கள் : আওৰোৱা
பொருள் : মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা
எடுத்துக்காட்டு :
সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে
ஒத்த சொற்கள் : উচ্চাৰণ কৰা
பொருள் : কিবা কৈ বাধক হোৱা
எடுத்துக்காட்டு :
আপুনি মাজত কথা নকʼব আপুনি মাজত কিয় কয়
பொருள் : সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া
எடுத்துக்காட்டு :
পইচাই কথা কয়
பொருள் : * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া
எடுத்துக்காட்டு :
আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে
பொருள் : মৌখিক ্বর্ণ্্না কৰা কার্য
எடுத்துக்காட்டு :
তেওঁ নিজৰ ৰাম কাহিনী শুনালে
ஒத்த சொற்கள் : শুনোৱা
பொருள் : কিবা কৰিবলৈ আদেশ দিয়া
எடுத்துக்காட்டு :
গুৰুৱে ঘৰলৈ যাবলৈ কʼলে তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে
ஒத்த சொற்கள் : আজ্ঞা কৰা, আদেশ দিয়া, হুকুম দিয়া
பொருள் : কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা
எடுத்துக்காட்டு :
তেওঁ কʼলে যে ৰহিম আজি নাহে
பொருள் : যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে
எடுத்துக்காட்டு :
বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে