பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும். ட்விட்டரில் பகிரவும் வாட்ஸ்அப்பில் பகிரவும் பேஸ்புக்கில் பகிரவும்
கூகுள் பிளேயில் வரவும்
অসমীয়া என்ற அகராதியில் இருந்து কোৱা என்ற வார்த்தையின் பொருள் மற்றும் உதாரணம் ஒத்த சொற்கள் மற்றும் எதிர்ச்சொற்களுடன்.

কোৱা   বিশেষ্য

பொருள் : কোৱা কথা

எடுத்துக்காட்டு : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা

ஒத்த சொற்கள் : উক্তি, কথন, জবান, বচন, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা

কোৱা   ক্ৰিয়া

பொருள் : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা

எடுத்துக்காட்டு : তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে

ஒத்த சொற்கள் : দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, ব্যক্ত কৰা, শিকাই দিয়া

பொருள் : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য

எடுத்துக்காட்டு : মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে

ஒத்த சொற்கள் : বুজোৱা

பொருள் : স্থিৰ কৰা

எடுத்துக்காட்டு : তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল

பொருள் : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা

எடுத்துக்காட்டு : তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে

ஒத்த சொற்கள் : লোৱা

பொருள் : কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া

எடுத்துக்காட்டு : তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে

ஒத்த சொற்கள் : জনোৱা

பொருள் : ভাল-বেয়া কোৱা

எடுத்துக்காட்டு : মোৰ শাহুৱে মোক সদায় কিবা নহয় কিবা শুনাই থাকে

ஒத்த சொற்கள் : শুনোৱা

பொருள் : কোনো কথা কোৱাত প্রবৃত্ত কৰা

எடுத்துக்காட்டு : শিক্ষকে ছাত্র-ছাত্রীক পাঠ আওৰাই আছে

ஒத்த சொற்கள் : আওৰোৱা

பொருள் : মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা

எடுத்துக்காட்டு : সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে

ஒத்த சொற்கள் : উচ্চাৰণ কৰা

பொருள் : কিবা কৈ বাধক হোৱা

எடுத்துக்காட்டு : আপুনি মাজত কথা নকʼব আপুনি মাজত কিয় কয়

பொருள் : নামেৰে জনা

எடுத்துக்காட்டு : মানুহে গান্ধীজীক বাপু বুলিও কয়

ஒத்த சொற்கள் : মতা

பொருள் : সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া

எடுத்துக்காட்டு : পইচাই কথা কয়

பொருள் : * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া

எடுத்துக்காட்டு : আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে

பொருள் : মৌখিক ্বর্ণ্্না কৰা কার্য

எடுத்துக்காட்டு : তেওঁ নিজৰ ৰাম কাহিনী শুনালে

ஒத்த சொற்கள் : শুনোৱা

பொருள் : কিবা কৰিবলৈ আদেশ দিয়া

எடுத்துக்காட்டு : গুৰুৱে ঘৰলৈ যাবলৈ কʼলে তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে

ஒத்த சொற்கள் : আজ্ঞা কৰা, আদেশ দিয়া, হুকুম দিয়া

பொருள் : কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা

எடுத்துக்காட்டு : তেওঁ কʼলে যে ৰহিম আজি নাহে

பொருள் : মুখেৰে (কোনো কথা বা ৰায় আদি) ব্যক্ত কৰা

எடுத்துக்காட்டு : আপোনাৰ যি কʼব লগা আছে, মোক কওক শিশুটোৱে ৰাম-ৰাম বুলিছে ককা-দেউতাই কিবা কৈ আছে

ஒத்த சொற்கள் : বেকত কৰা, বোলা

பொருள் : অভিহিত কৰা

எடுத்துக்காட்டு : বেণাৰসক কাশী বুলিও কোৱা হয়

ஒத்த சொற்கள் : অভিহিত কৰা

কোৱা   বিশেষণ

பொருள் : যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে

எடுத்துக்காட்டு : বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে