பொருள் : কেৱল মন আহ্লাদিত কৰিবৰ কাৰণে কৰা কাম
எடுத்துக்காட்டு :
লʼৰা-ছোৱালীবোৰে পানীত খেলি আছে
ஒத்த சொற்கள் : আমোদ-প্রমোদ, খেল
பொருள் : মনত আনন্দ লগাবলৈ বা ব্যায়াম আদিৰ কাৰণে কুচ-কাৱাজ, দৌৰা-ঢপৰা আদি বিভিন্ন মনোৰঞ্জক কার্য
எடுத்துக்காட்டு :
খেলত জয়-পৰাজয় থাকেই
ஒத்த சொற்கள் : খেল, খেল-ধেমালি