பொருள் : যাৰ ওপৰত কৰ, শুল্ক আদি লগোৱা হৈছে
எடுத்துக்காட்டு :
তহচিলদাৰে মোৰ কৰযোগ্য সম্পত্তিৰ হিচাপ-নিকাচ কৰি আছে
பொருள் : যাৰ বা যিহৰ ওপৰত কৰ লগাব পাৰি
எடுத்துக்காட்டு :
সকলোৱে নিজৰ কৰযোগ্য সম্পত্তিৰ বিৱৰণ দিব লাগিব