உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো কবিতা বা গীতৰ কোনো চৰণ বা পদ
எடுத்துக்காட்டு : সীতাই স্বৰচিত কবিতাৰ এটা খণ্ড শুনালে
பொருள் : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ
எடுத்துக்காட்டு : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে
ஒத்த சொற்கள் : টুকুৰা, পীচ
பொருள் : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
எடுத்துக்காட்டு : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
ஒத்த சொற்கள் : অংগ, অংশ, টুকুৰা, বিভাগ, ভাগ
பொருள் : যিকোনো বস্তুৰ গোটা টুকুৰা
எடுத்துக்காட்டு : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
ஒத்த சொற்கள் : টুকুৰা
பொருள் : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়
எடுத்துக்காட்டு : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে
ஒத்த சொற்கள் : অধ্যায়, পর্ব
பொருள் : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি
எடுத்துக்காட்டு : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা
ஒத்த சொற்கள் : অংক, নম্বৰ, সংখ্যা
பொருள் : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড
எடுத்துக்காட்டு : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে
ஒத்த சொற்கள் : টুকুৰা, ভাগ
பொருள் : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, ছেদ, পাঠ, ভাগ
நிறுவு