உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : অভ্যাসৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰা কিতাপ আকৃতিৰ উকা কাগজ
எடுத்துக்காட்டு : সকলো ছাত্রৰ লগত প্রতিটো বিষয়ৰ একোখনকৈ বহী থকা উচিত
ஒத்த சொற்கள் : কপি, বহী
பொருள் : পাটোৱাৰীৰ ওচৰত থকা (বিশেষভাৱে কৃষক আদিৰ কাৰণে) খাতা বহীৰ নকল
எடுத்துக்காட்டு : খেতিয়কজনে খাতা বহী লʼবলৈ পাটোৱাৰীৰ ওচৰলৈ গৈছে
பொருள் : আয় ব্যয় আদিৰ হিচাপ লিখা বহী
எடுத்துக்காட்டு : তেওঁ ্খাতা মেলি আয়-ব্যয়ৰ হিচাপ কৰি আছে
ஒத்த சொற்கள் : বহী
நிறுவு