பொருள் : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
எடுத்துக்காட்டு :
চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
ஒத்த சொற்கள் : অননুমোদিত, অস্বীকৃত, নামঞ্জুৰ, প্রত্যাখ্যাত
பொருள் : এৰা বা ত্যাগ কৰা বা পৃথক কৰা
எடுத்துக்காட்டு :
সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে
ஒத்த சொற்கள் : বহিষ্কৃত
பொருள் : বাহিৰ কৰা বা উলিয়াই পঠিওৱা
எடுத்துக்காட்டு :
প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব
ஒத்த சொற்கள் : বহিষ্কৃত