பொருள் : কোনো কিল্লাৰ চাৰিওফালে নিৰাপত্তাৰ কাৰণে খন্দা আহল-বহল দ গাঁত বিশেষ
எடுத்துக்காட்டு :
এই কিল্লাটোৰ চাৰিওফালে খাৱৈ খন্দাৰ কাম চলি আছে
பொருள் : নদী আদিৰ ওচৰে-পাজৰে থকা পানীৰ তুলনাত থকা বেছি দ অংশ
எடுத்துக்காட்டு :
মোহন খাৱৈত ডুবিল