உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কাকো উপেক্ষিত নকৰা ভাব
எடுத்துக்காட்டு : তেওঁ ্ডাঙৰৰ কথাত ধ্যান নিদি নিজৰ ইচ্ছামতে কাম কৰে
ஒத்த சொற்கள் : ধ্যান, মনোযোগ
பொருள் : স্মৰণশক্তিৰ দ্বাৰা একত্র বা লাভ হোৱা জ্ঞান
எடுத்துக்காட்டு : সৰুকালৰ স্মৃতি অহাৰ লগে মন আনন্দত ভৰি পৰে
ஒத்த சொற்கள் : স্মৃতি, স্মৰণ
பொருள் : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
எடுத்துக்காட்டு : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
ஒத்த சொற்கள் : খেয়াল, ভাব, ভাবনা, মনোভাব
பொருள் : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট
எடுத்துக்காட்டு : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে
ஒத்த சொற்கள் : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, পৰশ্রীকাতৰতা, বিদ্বেষ, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা
பொருள் : মনত উদয় হোৱা কথা
எடுத்துக்காட்டு : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত
ஒத்த சொற்கள் : খেয়াল, বিচাৰ, মত
நிறுவு