பொருள் : শিং থকা চাৰিঠেঙীয়া জন্তুৰ ভৰিৰ একেবাৰে তলত থকা টান ফটা অংশ
எடுத்துக்காட்டு :
খেতিপথাৰৰ ঠায়ে-ঠায়ে গৰুৰ খুড়াৰ চিন আছে
ஒத்த சொற்கள் : খুড়া
பொருள் : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে
எடுத்துக்காட்டு :
এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল
ஒத்த சொற்கள் : খুটা
பொருள் : ঘোঁৰাৰ ভৰিৰ তলৰ অংশ
எடுத்துக்காட்டு :
ঘোঁৰাৰ খুৰাৰ তললৈ অহা ছাগলী পোৱালীটোৱে গচক খালে