உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কণী ফুটি ওলোৱা ডেউকা আৰু পাখি থকা এবিধ উৰিব পৰা প্রাণী
எடுத்துக்காட்டு : বিলৰ পাৰত ৰং-বিৰঙৰ চৰাই পৰি আছে
ஒத்த சொற்கள் : খগ, গগণপতি, চৰাই, পক্ষধৰ, পক্ষী, পখী, পতগ, পত্রী, বিহংগম, বিহগ
பொருள் : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : কামুক, খেচেৰা, চৰিত্রহীন, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লম্পট, লুচ্ছা
பொருள் : যি ব্যভিচাৰ কৰে
எடுத்துக்காட்டு : আদিবাসীসকলে এজন ব্যভিচাৰী ্কর্ম্্চাৰীক ধৰিলৈ বহুত পিটিলে
ஒத்த சொற்கள் : কামী, কামুক, খেচেৰা, ব্যভিচাৰী, লম্পট, লুচ্ছা
நிறுவு