பொருள் : তুচ্ছ অথবা অতি সাধাৰণ ভাৱে কৰা ব্যৱহাৰ
எடுத்துக்காட்டு :
নিজৰ কামৰ সৈতে খেলা কৰা উচিত নহয়
ஒத்த சொற்கள் : ৰং-ধেমালি
பொருள் : খেলৰ প্রদর্শন
எடுத்துக்காட்டு :
চার্কাচৰ বাহিৰৰ জাননী ফলকত খেলৰ সলনি হোৱা সময়সূচী মাৰি থোৱা আছিল
ஒத்த சொற்கள் : খেল
பொருள் : মন আনন্দিত কৰিবলৈ বা ব্যায়াম আদিৰ বাবে ইফালে-সিফালে জঁপিওৱা, উল্লাস আদি কৰা
எடுத்துக்காட்டு :
লʼৰা-ছোৱালীবোৰে খেলপথাৰত খেলি আছে
ஒத்த சொற்கள் : ক্রীড়া কৰা