பொருள் : ইফালে-সিফালে পৰি থকা বা সিঁচা হৈ থকা
எடுத்துக்காட்டு :
চৰাইবিলাকে মাটিত সিঁচৰতি হৈ থকা শস্যৰ দানাবোৰ বুটলিছে
ஒத்த சொற்கள் : বিকী্র্ণ, বিশৃঙ্খল, সিঁচৰতি, সিঁচৰি-পিচৰি
பொருள் : ওলট-পালট , ইফাল-সিফাল বা বদলি কৰা
எடுத்துக்காட்டு :
তুমি অশৃংখলিত বস্তুবোৰ ঘৰত থৈ আহিবা
ஒத்த சொற்கள் : অশৃংখলিত