பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும். ட்விட்டரில் பகிரவும் வாட்ஸ்அப்பில் பகிரவும் பேஸ்புக்கில் பகிரவும்
கூகுள் பிளேயில் வரவும்
অসমীয়া என்ற அகராதியில் இருந்து খোলা என்ற வார்த்தையின் பொருள் மற்றும் உதாரணம் ஒத்த சொற்கள் மற்றும் எதிர்ச்சொற்களுடன்.

খোলা   বিশেষ্য

பொருள் : শামুক বা তেনেধৰণৰ জন্তুৰ কঠিন আৱৰণ

எடுத்துக்காட்டு : মায়ে খোলাৰে মালা চিলাই আছে

ஒத்த சொற்கள் : কৱচ, খোলক

பொருள் : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে

எடுத்துக்காட்டு : বাদামৰ ওপৰত বহুত টান খোলা থাকে

ஒத்த சொற்கள் : আৱৰণ, কবচ

பொருள் : বিশেষকৈ কয়লা বা খৰিৰে জুই ধৰা লোহা, মাটি আদিৰ মুখ থকা এক পাত্র বা ঠাই বিশেষ

எடுத்துக்காட்டு : তেওঁ জুহালত চাহ বনাই আছে

ஒத்த சொற்கள் : আখা, জুইশাল, জুহাল

খোলা   ক্ৰিয়া

பொருள் : কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা

எடுத்துக்காட்டு : সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে

ஒத்த சொற்கள் : খোল খোৱা

பொருள் : চিলাই, বোৱনী আদিৰ সূতা পৃথক কৰা

எடுத்துக்காட்டு : সীমাই চেলোৱাৰৰ চিলনি খুলিছে

ஒத்த சொற்கள் : এৰোৱা

பொருள் : গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা

எடுத்துக்காட்டு : তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে

பொருள் : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা

எடுத்துக்காட்டு : মোৰ ধুতিখন খুলি গʼল আপোনাৰ কামিজৰ বুটামটো খুলি গʼল

ஒத்த சொற்கள் : খুলি যোৱা

பொருள் : ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা

எடுத்துக்காட்டு : কোনোবা আদিছে, দুৱাৰখন খোলা

பொருள் : কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা

எடுத்துக்காட்டு : ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে

பொருள் : পিন্ধা বস্তু পৃথক কৰা

எடுத்துக்காட்டு : লʼৰাটোৱে গা-ধোৱাৰ কাৰণে নিজৰ কাপোৰ খুলিলে

ஒத்த சொற்கள் : সোলোকোৱা

பொருள் : বন্ধন, গাঁঠি আদি খোলা

எடுத்துக்காட்டு : জোতাৰ ৰচীডাল খোলা

பொருள் : নিতৌ কার্য আৰম্ভ ্হোৱা

எடுத்துக்காட்டு : এই বেংকটো ন বজাত খোলে

பொருள் : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা

எடுத்துக்காட்டு : তেওঁৰ ৰহস্য খুলিল

ஒத்த சொற்கள் : ওলোৱা, ফাদিল হোৱা

பொருள் : নতুনকৈ আৰম্ভ কৰা

எடுத்துக்காட்டு : প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে

பொருள் : বেংক আদিত খাটা আৰম্ভ কৰা

எடுத்துக்காட்டு : ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে

খোলা   বিশেষণ

பொருள் : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে

எடுத்துக்காட்டு :

ஒத்த சொற்கள் : অনাচ্ছাদিত, অনাবৃত, উদং, উন্মুক্ত, ঢঢৈয়া, ধোবাং বাং, ফলং, ফলং-লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি

பொருள் : ঢাকি নৰখা বা আৱৰি নৰখা

எடுத்துக்காட்டு : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা

ஒத்த சொற்கள் : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি

பொருள் : যিটো বন্ধ নহয়

எடுத்துக்காட்டு : খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল

பொருள் : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক

எடுத்துக்காட்டு : সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে

ஒத்த சொற்கள் : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে