பொருள் : কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা
எடுத்துக்காட்டு :
সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে
ஒத்த சொற்கள் : খোল খোৱা
பொருள் : চিলাই, বোৱনী আদিৰ সূতা পৃথক কৰা
எடுத்துக்காட்டு :
সীমাই চেলোৱাৰৰ চিলনি খুলিছে
ஒத்த சொற்கள் : এৰোৱা
பொருள் : গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা
எடுத்துக்காட்டு :
তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে
பொருள் : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা
எடுத்துக்காட்டு :
মোৰ ধুতিখন খুলি গʼল আপোনাৰ কামিজৰ বুটামটো খুলি গʼল
ஒத்த சொற்கள் : খুলি যোৱা
பொருள் : ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা
எடுத்துக்காட்டு :
কোনোবা আদিছে, দুৱাৰখন খোলা
பொருள் : কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা
எடுத்துக்காட்டு :
ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে
பொருள் : পিন্ধা বস্তু পৃথক কৰা
எடுத்துக்காட்டு :
লʼৰাটোৱে গা-ধোৱাৰ কাৰণে নিজৰ কাপোৰ খুলিলে
ஒத்த சொற்கள் : সোলোকোৱা
பொருள் : বন্ধন, গাঁঠি আদি খোলা
எடுத்துக்காட்டு :
জোতাৰ ৰচীডাল খোলা
பொருள் : নিতৌ কার্য আৰম্ভ ্হোৱা
எடுத்துக்காட்டு :
এই বেংকটো ন বজাত খোলে
பொருள் : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা
எடுத்துக்காட்டு :
তেওঁৰ ৰহস্য খুলিল
ஒத்த சொற்கள் : ওলোৱা, ফাদিল হোৱা
பொருள் : নতুনকৈ আৰম্ভ কৰা
எடுத்துக்காட்டு :
প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে
பொருள் : বেংক আদিত খাটা আৰম্ভ কৰা
எடுத்துக்காட்டு :
ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে
பொருள் : ঢাকি নৰখা বা আৱৰি নৰখা
எடுத்துக்காட்டு :
উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
ஒத்த சொற்கள் : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
பொருள் : যিটো বন্ধ নহয়
எடுத்துக்காட்டு :
খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল
பொருள் : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
எடுத்துக்காட்டு :
সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
ஒத்த சொற்கள் : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে