பொருள் : হর্ষ, প্রেম আদি আবেগত ৰুদ্ধ হোৱা অস্পষ্ট স্বৰ
எடுத்துக்காட்டு :
মাকে গদগদ স্বৰেৰে পুতেকক আশী্র্বাদ দিলে
ஒத்த சொற்கள் : গদগদ্
பொருள் : হাঁহি প্রেম আদিৰ আৱেশেৰে পূর্ণ
எடுத்துக்காட்டு :
ভিক্ষাৰীজনে অনাকাংক্ষিত ধন পাই গদগদ হʼল
பொருள் : অত্যধিক প্রসন্ন
எடுத்துக்காட்டு :
নিজৰ হেৰোৱা লʼৰাটোক বিচাৰি পাই মাক গদগদ হৈ পৰিল