பொருள் : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে
எடுத்துக்காட்டு :
ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই
ஒத்த சொற்கள் : লক্ষ্য, লক্ষ্য স্থান
பொருள் : যʼত যাব লগা আছে
எடுத்துக்காட்டு :
আমি সুবিধানুসৰি নিজৰ গাড়ীৰে গন্তব্য স্থানলৈ যাব পাৰোঁ