பொருள் : পৰীক্ষাৰ দৃষ্টিভঙ্গীৰে প্রস্তুত কৰা এক ধৰণৰ সহায়িকা কিতাপ যি অন্য কোনা পাঠ্যপুথিৰ কিতাপত দিয়া পঠন সামগ্রী, প্রশ্ন আদিৰ ব্যাখ্যা দাঙি ধৰে
எடுத்துக்காட்டு :
আজিকালি বেছিভাগ ছাত্র-ছাত্রীয়ে কেৱল সহায়িকা পঢ়ি পৰীক্ষা দিবলৈ বিচাৰে
ஒத்த சொற்கள் : সহায়িকা
பொருள் : কোন পর্যটনস্থলীত সেই স্থলীৰ সৈতে জড়িত তথ্যৰ সম্ভেদ দিওতা ব্যক্তি
எடுத்துக்காட்டு :
গাইডে পর্যটন স্থলীৰ বিষয়ে বহুতো মূল্যৱান কথা কৈছিল
ஒத்த சொற்கள் : টুৰিষ্ট গাইড
பொருள் : আনুষ্ঠানিকভাৱে স্বীকৃত উচ্চ শিক্ষাৰ (গৱেষণা কার্য)-ৰ দিকনির্দেশ ্কৰাৰ বাবে নিযুক্ত ব্যক্তি
எடுத்துக்காட்டு :
অধ্যাপক পুষ্পকদেৱ ভালেসংখ্যক গৱেষক ছাত্রৰ গাইড