பொருள் : যিজন গুজৰাটৰ নিবাসী
எடுத்துக்காட்டு :
গুজৰাটত হোৱা ভূমিকম্পই কিমান যে গুজৰাটীক অঘৰী কৰিলে
ஒத்த சொற்கள் : গুজৰাট বাসী, গুজৰাট-বাসী
பொருள் : গুজৰাট ৰাজ্যৰ ভাষা
எடுத்துக்காட்டு :
গুজৰাটীলোকৰ মাজত থাকি থাকি ্তেওঁ গুজৰাটী কʼবলৈ ধৰিলে
ஒத்த சொற்கள் : গুজৰাটী ভাষা
பொருள் : যি লিপিত গুজৰাটী ভাষা লিখা হয়
எடுத்துக்காட்டு :
মই গুজৰাটী পঢ়িব নোৱাৰোঁ
ஒத்த சொற்கள் : গুজৰাটী লিপি
பொருள் : গুজৰাটত থকা বা বসতি কৰা
எடுத்துக்காட்டு :
গুজৰাটী লোকে বহুত পৰিশ্রম কৰিব পাৰে
பொருள் : গুজৰাটী ভাষাৰ সৈতে সম্বন্ধ থকা বা গুজৰাটী ভাষাৰ
எடுத்துக்காட்டு :
তেওঁ নৰসিংহ মেহতাই লিখা গুজৰাটী গ্রন্থ পঢ়ি আছে
பொருள் : গুজৰাট সম্বন্ধীয়
எடுத்துக்காட்டு :
নৱৰাত্রিত গুজৰাটী লোকে দাণ্ডি নৃত্য কৰে