பொருள் : যি ইন্দ্রিয়ৰ যোগেদি প্রাণীয়ে সন্তান জন্ম দিয়ে
எடுத்துக்காட்டு :
ইয়াত জননেন্দ্রিয় ্সম্পর্কীয় ৰোগৰ চিকিৎসা কৰা হয়
ஒத்த சொற்கள் : গুপ্তাঙ্গ, জনন ইন্দ্রিয়, জননেন্দ্রিয়
பொருள் : পুৰুষৰ জনন কার্যৰ লগত সম্বন্ধিত অংগ
எடுத்துக்காட்டு :
যি লোকৰ পুৰুষাংগ নিষ্ক্রিয়, ্ তেওঁলোকে সন্তান জন্ম দিব নোৱাৰে
ஒத்த சொற்கள் : পুৰুষ জননাংগ, পুৰুষাংগ, শিশ্ন
பொருள் : জনন কার্যৰ লগত জড়িত যি কোনো অংগ
எடுத்துக்காட்டு :
জননাংগৰ জৰিয়তে জীৱৰ সৃষ্টি হয়
ஒத்த சொற்கள் : জননাংগ