உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো পদার্থ আদিৰ ভগা বা পিচা সূক্ষ্ম টুকুৰা
எடுத்துக்காட்டு : নিমগছৰ পাত শুকুৱাই তাৰ গুড়ি তৈয়াৰ কৰি ্ ঘাঁ আদিত লগোৱা হয়
ஒத்த சொற்கள் : গুড়ি, চূর্ণ, ্ পাউদাৰ
பொருள் : কোনো বস্তু খান্দিলে বা কাটিলে ওলোৱা অৱশিষ্ট অংশ বা চূর্ণ
எடுத்துக்காட்டு : কাঠৰ গুৰিবোৰ চৌকাত জুই লগোৱাৰ কামত আহে
பொருள் : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ
எடுத்துக்காட்டு : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব
ஒத்த சொற்கள் : উঁহ, বুনিয়াদ, ভেটি
நிறுவு