பொருள் : এনে আকাৰ যাৰ উপৰিভাগৰ প্রতিটো বিন্দু তাৰ ভিতৰত থকা মধ্যবিন্দুৰ পৰা সমান দূৰত্বত থাকে
எடுத்துக்காட்டு :
বল গোলাকাৰ হয়
ஒத்த சொற்கள் : গোল
பொருள் : বৃত্ত বা চক্রৰ আকাৰৰ
எடுத்துக்காட்டு :
গাড়ীত ঘূৰণীয়া চকা লগোৱা থাকে
ஒத்த சொற்கள் : ঘূৰণীয়া, চক্রাকাৰ, বর্তুল্াকাৰ, বৃত্তাকাৰ, মণ্ডলাকাৰ