உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : ডিঙি বাঢ়ি অহা এক প্রকাৰৰ ৰোগ
எடுத்துக்காட்டு : আয়ডিনৰ অভাৱৰ কাৰণে গৰল ৰোগ হয়
ஒத்த சொற்கள் : গলগণ্ড
பொருள் : যি পদার্থ সেৱন কৰিলে বা শৰীৰত প্রৱেশ কৰাৰ লগে-লগে শৰীৰ অস্থিৰ হৈ পৰে আৰু কেতিয়াবা-কেতিয়াবা প্রাণীৰ মৃত্যু পর্যন্ত ঘটিব পাৰে
எடுத்துக்காட்டு : সমুদ্র মন্থনত ওলোৱা বিহ ভগৱান শংকৰে পান কৰিছিল
ஒத்த சொற்கள் : কালকূট, জহৰ, বিষ, বিহ, হলাহল
நிறுவு