உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যি প্রাণদণ্ড দিয়াসকলক বধ কৰে
எடுத்துக்காட்டு : ঘাতকে মৃত্যুদণ্ড শাস্তি পোৱা সকলক ফাঁচিত ওলমাই দিলে
பொருள் : হিংসা কৰা বা মাৰি পেলাব পৰা প্রাণী
எடுத்துக்காட்டு : জংঘলত প্রৱেশ কৰাৰ আগতে হিংস্র জন্তুৰ পৰা বাছিবৰ উপায়ো ভাবি লোৱা উচিত
ஒத்த சொற்கள் : হিংসুক, হিংস্র
பொருள் : যি কাৰোবাক হত্যা কৰিছে
எடுத்துக்காட்டு : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
ஒத்த சொற்கள் : অপঘাতক, অপঘাতী, আততায়ী, খুনী, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, মাৰক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
பொருள் : যাৰ দ্বাৰা কিহবাৰ প্রভাৱ নষ্ট বা দূৰ হয়
எடுத்துக்காட்டு : এই বিহখিনি মাৰক ঔষধ
ஒத்த சொற்கள் : মাৰক
நிறுவு