பொருள் : চেতন অৱস্থাৰ মাজতে কিছু সময়ৰ কাৰণে অলস হৈ যোৱা অৱস্থা যাৰ ফলত প্রাণীয়ে শাৰীৰিক আৰু মানসিক বিশ্রাম লাভ কৰে
எடுத்துக்காட்டு :
টোপনি কম হোৱাৰ কাৰণে ভাগৰ ভাগৰ লাগি আছে
ஒத்த சொற்கள் : চকু জাপ খোৱা-, টোপনি, নিদ্রা
பொருள் : চকীদাৰে পহৰা দিয়াৰ সময়ত থাকিবৰ কাৰণে সৰুকৈ সজা ঘৰ
எடுத்துக்காட்டு :
সেই সময়ত গুমটিটোত কোনো নাছিল
ஒத்த சொற்கள் : গুমটি