பொருள் : ঘৰত অতিথিক বহাবলৈ বা সেৱা-সৎকাৰ কৰিবলৈ ব্যৱহাৰ কৰা কোঠা
எடுத்துக்காட்டு :
কৈলাশে আলহী কোঠাত নিজৰ আলহীৰ সৈতে বহি আছে
ஒத்த சொற்கள் : অতিথি কক্ষ, অতিথি-কক্ষ, আলহী কোঠা, আলহী-কোঠা, ড্রয়িং ৰুম
பொருள் : বিশিষ্ট ব্যক্তিক বহাবৰ কাৰণে আৰু মানুহক লগ কৰিবৰ কাৰণে ঘৰৰ সন্মুখৰফালে থকা কোঠা
எடுத்துக்காட்டு :
চʼৰাঘৰত আপোনালৈ অপেক্ষা কৰি থকা হৈছে
ஒத்த சொற்கள் : অতিথি-কোঠা, বৈঠকখানা