பொருள் : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
எடுத்துக்காட்டு :
এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
ஒத்த சொற்கள் : চাক
பொருள் : চকাৰ নিচিনা কোনো গোল বস্তু
எடுத்துக்காட்டு :
এই যন্ত্রটোত ভালেমান চকা আছে
ஒத்த சொற்கள் : চক্র
பொருள் : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু
எடுத்துக்காட்டு :
কুমাৰৰ চাক একপ্রকাৰৰ চক্র
ஒத்த சொற்கள் : চক্র