பொருள் : যি স্থানত পহৰা দিবৰ কাৰণে চিপাহী থাকে
எடுத்துக்காட்டு :
আজি চহৰৰ এটা পহৰা চকীত গাঞ্জাভর্তি ট্রাক ধৰা পৰিল
ஒத்த சொற்கள் : পহৰা চকী
பொருள் : প্ৰাচীন কালত পথৰ দাতিত থকা সেই বিশিষ্ট স্থান যʼত যাত্ৰাৰ ঘোঁৰা, হৰকৰা বা আৰোহীসকলক সলোৱা হয়
எடுத்துக்காட்டு :
যাত্ৰা আৰামদায়ক কৰিবৰ কাৰণে ঠায়ে-ঠায়ে ডাক-চকী বনোৱা হৈছিল
ஒத்த சொற்கள் : ডাক-চকী
பொருள் : যি ঠাইত বাহিৰৰ পৰা অহা বা বাহিৰলৈ যোৱা মালবস্তু আদিৰ ওপৰত লগোৱা কৰ লোৱাৰ কাৰণে কিছুমান মানুহ থাকে
எடுத்துக்காட்டு :
আমি চকীত দুশটকা দিবলগীয়া হʼল
ஒத்த சொற்கள் : উপশুল্ক সংগ্রহ চকী
பொருள் : পিছ অংশত ্ আঁউজিবৰ বাবে সুবিধা থকা এক প্রকাৰ বহা আসন
எடுத்துக்காட்டு :
দেউতাই চকীত বহিত বাতৰি কাকত পঢ়ি আছে
ஒத்த சொற்கள் : মাচিয়া