பொருள் : যি দেখিবলৈ আকর্ষণীয় বা যাৰ অৱয়ব ভাল:তেওঁৰ ্ লʼৰাটো বৰ ধুনীয়া
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : চকুত চমকল লগোৱা, চকুত লগা, দেখনিয়াৰ, ধুনীয়া, নয়ন জুৰোৱা, নয়নাভিৰাম, বিতোপন, মোহনীয়া, সুন্দৰ, সোণাৰি-গঢ়ী, ৰূপহ
பொருள் : যিয়ে চকুত আনন্দ দিয়ে বা ভাল লগায়
எடுத்துக்காட்டு :
পথটোৰ দৃশ্য নয়নাভিৰাম আছিল
ஒத்த சொற்கள் : চকুত চমক লগোৱা, নয়ন জুৰোৱা, নয়নাভিৰাম