பொருள் : যাৰ পৰিধি কেন্দ্রবিন্দুৰ পৰা সর্বত্র সমদূৰৱর্তী
எடுத்துக்காட்டு :
তেওঁ ব্যৱহাৰিক বহীত বৃত্ত আঁকি আছে
ஒத்த சொற்கள் : বৃত্ত
பொருள் : নিজৰ মাজতে পূর্ণ এক ্কার্যৰীতি যʼত কোনো কিছুমান বিশেষ ঘটনা এটা ক্রমত হয় আৰু পুণৰ সিমান সময়তে যাৰ পুণৰাবৃত্তি হয়
எடுத்துக்காட்டு :
এই চিত্রত পখিলাৰ জীৱন চক্র দেখুওৱা হৈছে
பொருள் : সৈনিকসকলক ভাল বা বীৰত্বপূর্ণ কাম কৰিলে পদকৰ ৰূপত প্রদান কৰা ্ধাতুৰ এক বিশেষ আকাৰৰ টুকুৰা
எடுத்துக்காட்டு :
মেজৰ সতপাল সিঙক মহাবীৰ চক্র প্রদান কৰা হʼল
பொருள் : চকাৰ নিচিনা কোনো গোল বস্তু
எடுத்துக்காட்டு :
এই যন্ত্রটোত ভালেমান চকা আছে
ஒத்த சொற்கள் : চকা
பொருள் : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু
எடுத்துக்காட்டு :
কুমাৰৰ চাক একপ্রকাৰৰ চক্র
ஒத்த சொற்கள் : চকা