பொருள் : ভালদৰে কাম চলাব পৰাৰ যোগ্য হোৱা
எடுத்துக்காட்டு :
তেওঁৰ ব্যৱসায় চলি আছে
ஒத்த சொற்கள் : চলি থকা
பொருள் : লাঠী আদিৰ প্রয়োগ বা প্রহাৰ হোৱা
எடுத்துக்காட்டு :
আজি বাৱতৰ বস্তিত লাঠী চলিল
பொருள் : মিহি কাপোৰ বা চালনি আদিৰে কোনো গুড়ি বা বীজ আদি সৰকোৱা কার্য, ্ যʼত কাপোৰ বা চালনিৰ ওপৰত কুটা বা ডাঙৰ অংশ ৰৈ যায়
எடுத்துக்காட்டு :
তেওঁ ্ আটাখিনি লদা কৰাৰ আগতে চালি লʼলে আইতাই ঘেঁহু্ চালি আছে
ஒத்த சொற்கள் : চালি লোৱা
பொருள் : আহাৰ খোৱাৰ সময় বা খোৱাৰ পিছতো আৰু খাব পৰা
எடுத்துக்காட்டு :
এনেয়ে মই খাই আহিছোঁ তথাপিও মিঠাইটো চলিব মোৰ পেট ভৰি গʼল, আৰু একো নচলিব
பொருள் : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলি থকা
எடுத்துக்காட்டு :
চোৱাযাওক, মিছাৰ আধাৰত গঢ় লোৱা এই সম্পর্ক কিমান দিন চলে
பொருள் : কোনো বস্তু আদিৰ প্রচলনত অহা
எடுத்துக்காட்டு :
টোগলকৰ শাসনকালত তেওঁৰ ্নামত মুদ্রা চলিছিল
ஒத்த சொற்கள் : প্রচলিত হোৱা
பொருள் : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
எடுத்துக்காட்டு :
ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
ஒத்த சொற்கள் : টিকা
பொருள் : প্রভুত্ব বিস্তাৰ কৰা কার্য
எடுத்துக்காட்டு :
গাঁৱত তেওঁৰ বহুত চলে