பொருள் : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়
எடுத்துக்காட்டு :
বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়
ஒத்த சொற்கள் : বগা
பொருள் : পৰিধান নকৰা (কাপোৰ)
எடுத்துக்காட்டு :
মোৰ আইতাই চাদা শাৰী কেতিয়াও নিপিন্ধিছিল
பொருள் : যাৰ ওপৰত একো লিখা বা ছপা কৰা হোৱা নাই
எடுத்துக்காட்டு :
তেওঁ বলপূর্বক্্ভাৱে মোৰ পৰা উকা কাগজত চহী কৰালে
ஒத்த சொற்கள் : উকা