உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ
எடுத்துக்காட்டு : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে
ஒத்த சொற்கள் : চিন, চিহ্ন, নিচান
பொருள் : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
எடுத்துக்காட்டு : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
ஒத்த சொற்கள் : শক্তি
பொருள் : একক কালিৰ ওপৰত প্রয়োগ কৰা বল
எடுத்துக்காட்டு : বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়
நிறுவு