பொருள் : কুস্তিত বিপক্ষক হৰোৱাবৰ বাবে কামত লগোৱা বুদ্ধি
எடுத்துக்காட்டு :
তেওঁ একেটা চালতে শকত মল্লযোদ্ধাজনক চিৎ কৰি দিলে
ஒத்த சொற்கள் : কৌশল
பொருள் : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!
எடுத்துக்காட்டு :
বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে
ஒத்த சொற்கள் : চালি
பொருள் : দবা, তাচ আদি খেলত পাত বা গুটি বাজি মাৰিবলৈ আগবঢ়োৱা কার্য
எடுத்துக்காட்டு :
চাল খেলাৰ এইবাৰ আপোনাৰ পাল
ஒத்த சொற்கள் : বাজি