பொருள் : উতলা পানীত দি পেয় পদার্থ ্ প্রস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পাতৰ এবিধ গছ
எடுத்துக்காட்டு :
অসমত চাহৰ ডাঙৰ-ডাঙৰ বাগান আছে
ஒத்த சொற்கள் : চাহ গছ, চাহপাত, চাহপাতৰ গছ
பொருள் : উতলা পানীত চাহপাত, চেনি, গাখীৰ আদি মিহলাই প্রস্তুত কৰা পেয় পদার্থ
எடுத்துக்காட்டு :
মধুমেহ ৰোগীয়ে বিনা চেনিৰ চাহ খায়
பொருள் : চাহ গছৰ শুকান পাত যাক উতলা পানীত দি একপ্রকাৰৰ পানীয় প্রস্তুত কৰা হয়
எடுத்துக்காட்டு :
তেওঁ ্দোকানৰ পৰা এক কিলো চাহপাত কিনিলে
ஒத்த சொற்கள் : চাহপাত