பொருள் : চিংগাপুৰৰ অধিবাসী
எடுத்துக்காட்டு :
আচিফে এতিয়া এজন চিংগাপুৰীয়াৰ সৈতে ব্যাপাৰ কৰিবলৈ লৈছে
ஒத்த சொற்கள் : চিংগাপুৰ বাসী, চিংগাপুৰবাসী
பொருள் : চিংগাপুৰৰ সৈতে সম্পর্কিত
எடுத்துக்காட்டு :
এইখন চিংগাপুৰীয়া ৰেছম কাপোৰৰ পৰা তৈয়াৰ কৰা হৈছে