பொருள் : যাক লাভৰ উদ্দেশ্যেৰে ফান্দত পেলোৱা হয়
எடுத்துக்காட்டு :
আজি মই ভাল চিকাৰ ফান্দত পেলালো
பொருள் : যি পশু-পক্ষীৰ চিকাৰ কৰা হয়
எடுத்துக்காட்டு :
চিকাৰ আঘাতপ্রাপ্ত হৈ জোপোহাৰ পিছফালে লুকাই গʼল
பொருள் : বনৰীয়া পশু-পক্ষীক মৰা কার্য
எடுத்துக்காட்டு :
প্রাচীনকালত ৰজা-মহাৰজাই চিকাৰৰ কাৰণে জংঘললৈ গৈছিল
ஒத்த சொற்கள் : মৃগয়া