பொருள் : চিকাৰ কৰা ব্যক্তি
எடுத்துக்காட்டு :
চিকাৰ নোপোৱাৰ কাৰণে চিকাৰী আজি সুদা হাতে উলটিল
ஒத்த சொற்கள் : ব্যাধ
பொருள் : চিকাৰৰ সৈতে জড়িত বা চিকাৰত কামত অহা
எடுத்துக்காட்டு :
তেওঁ চিকাৰী কুকুৰটো শহাটোৰ পিছত লগাই দিলে
பொருள் : চিকাৰ কৰোঁতা
எடுத்துக்காட்டு :
ঈগল এবিধ চিকাৰী চৰাই