உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ
எடுத்துக்காட்டு : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে
ஒத்த சொற்கள் : খত, চিঠি, পত্র, পত্রিকা
பொருள் : কাৰোবাক চিঠি লিখি ভাৱৰ আদান-প্রদান কৰা
எடுத்துக்காட்டு : ই-মেইল আৰু টেলিফোনৰ সুবিধাৰ কাৰণে আজিকালি চিঠি-পত্রৰ ব্যৱহাৰ কমি আহিল
ஒத்த சொற்கள் : পত্রাৱলী
நிறுவு