உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা
எடுத்துக்காட்டு : মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে
ஒத்த சொற்கள் : উগুল-থুগুল, খুদুৱনি, চিন্তা, ভাবনা, ভাবনি, ভাৱনা
பொருள் : যাৰ ওপৰত বিচাৰ হৈছে
எடுத்துக்காட்டு : এই বিষয়টো আমাৰ দ্বাৰা বিবেচিত হৈছে যেতিয়া ইয়াৰ ওপৰত দুনাই বিচাৰ কৰাৰ প্রয়োজন নাই
ஒத்த சொற்கள் : বিচাৰল্্ব্ধ, বিবেচিত, সুবিবেচিত
நிறுவு