உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : ধান খুন্দি আৰু মৰিয়াই প্রস্তুত কৰা চেপেটা দানা
எடுத்துக்காட்டு : পণ্ডিতজনে দৈ আৰু চিৰা খাই আছে
பொருள் : ফালি লৈ একতকৈ বেছি ভাগ কৰা
எடுத்துக்காட்டு : তেওঁ খঙতে আহি নিজৰ নতুন কাপোৰযোৰ ফালি পেলালে
ஒத்த சொற்கள் : চিৰি পেলা, ছিন্ন কৰা, ফটা-চিৰা, ফলা, ফলা-চিৰা, ফালি পেলা, বিদাৰ, বিদী্র্ণ ্ কৰা
நிறுவு