பொருள் : চীন দেশৰ নিবাসী
எடுத்துக்காட்டு :
ভালেকেইজন চীনা মোৰ ভাল বন্ধু
ஒத்த சொற்கள் : চীন নিবাসী, চীনবাসী
பொருள் : যি লিপিৰ দ্বাৰ চীনা ভাষা লিখা হয়
எடுத்துக்காட்டு :
চীনা লিপি চিত্র্্ধর্মী
ஒத்த சொற்கள் : চীনা লিপি
பொருள் : চীন দেশৰ বা চীন দেশ সম্বন্ধীয়
எடுத்துக்காட்டு :
এইখন চীনা ৰেচমেৰে বনোৱা হৈছে
ஒத்த சொற்கள் : চীনৰ
பொருள் : চীন দেশত থকা বা বসতি কৰা
எடுத்துக்காட்டு :
চীনা বৈজ্ঞানিকসকলৰ এটা দল কাইলৈ ইয়ালৈ আহিব
பொருள் : চীনা ভাষাৰ সৈতে সম্বন্ধ থকা বা চীনা ভাষাৰ
எடுத்துக்காட்டு :
সেই চীনা কিতাপখনৰ ওপৰত ড্রেগনৰ চিত্র আছে