உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কিনা-বেচা বা লেন-দেনৰ কথা-বতৰা বা ব্যৱহাৰ
எடுத்துக்காட்டு : দৰ-দাম নকৰাকৈ কোনো বস্তু কিনা উচিত নহয়
ஒத்த சொற்கள் : দৰ-দাম
பொருள் : এতিয়াৰ পৰা আমি নিজৰ মাজত কেতিয়াও যুদ্ধ নকৰো আৰু মিত্রভাৱে থাকিম অথবা ঠাইভেদে নির্দিষ্ট নিয়ম মানি চলিম বুলি ৰাজ্য, দল আদিৰ মাজত হোৱা নিশ্চিতি:আভ্যন্তৰীণ কার্যত হস্তক্ষেপ নকৰো বুলি দুয়োখন ৰাজ্যৰ মাজত সন্ধি হʼল
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : বুজাপৰা, সন্ধি
நிறுவு