பொருள் : জুই ফুকিবলৈ ব্যৱহাৰ কৰা বাঁহ, লোহা আদিৰ নলী
எடுத்துக்காட்டு :
চুঙাৰে ফুকি ফুকি চৌকাৰ জুইকুৰা জ্বলাই আছে
ஒத்த சொற்கள் : চুঙি, জুই ফুকা চুঙা
பொருள் : নলৰ আকাৰৰ কোনো বস্তু
எடுத்துக்காட்டு :
জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
ஒத்த சொற்கள் : নলিচা