பொருள் : আনৰ বস্তু মনে মনে লোৱা কার্য ্ বা ভাৱ
எடுத்துக்காட்டு :
ৰামুৱে চুৰ কৰি থাকোঁতে ধৰা পৰিল
ஒத்த சொற்கள் : কুম্ভিলকবৃত্তি, চুৰ, চুৰতাৰি, চুৰি-চাপাচি, চৌর্য, চৌর্যবৃত্তি, তস্কৰবৃত্তি
பொருள் : পথচাৰীৰ পৰা বস্তু-বাহানি লুটপাত কৰা কার্য
எடுத்துக்காட்டு :
এই ৰাস্তাটোত বেছিভাগ ডকাইতি হয়
ஒத்த சொற்கள் : ডকাইতি