பொருள் : যি কাপোৰত চাৰিচুকীয়া বর্গাকৃতিৰ ঘৰ থাকে
எடுத்துக்காட்டு :
ৰমেশে চেক থকা কাপোৰৰ এটা কুর্তা চিলালে
பொருள் : চেক দেশৰ অধিবাসী
எடுத்துக்காட்டு :
সেই চেকবাসীজনে হিন্দীও সলসলীয়াকৈ কʼব পাৰে
ஒத்த சொற்கள் : চেকবাসী
பொருள் : কোনো ব্যক্তিৰ হকে বেংকৰ নামত লিখা বিশেষ ধৰণৰ কাগজ যʼত কোনো ব্যক্তি বা প্রতিষ্ঠানৰ প্রতি দিয়া ধনৰ নির্দেশ ্থাকে
எடுத்துக்காட்டு :
সীমাই চেকখন ভাঙিবৰ কাৰণে বেংকলৈ গৈছে
ஒத்த சொற்கள் : ধনাদেশ
பொருள் : দবাখেলত কোনো মোহৰা এনে ঠাইত ৰখা কাৰ্য যʼৰ পৰা ৰজাক প্রত্যাহ্বান জনোৱা হয়
எடுத்துக்காட்டு :
মই আপোনাৰ বাদশ্বাহক চেক দিছোঁ
ஒத்த சொற்கள் : কিস্তিমাত
பொருள் : চেকবাসীয়ে কোৱা ভাষা
எடுத்துக்காட்டு :
মঞ্জৰীৰ চেকভাষা শিকিবলৈ বৰ মন আছে
ஒத்த சொற்கள் : চেকভাষা