பொருள் : ওলাই থকা বা ফুলি অহা কোনো তল বা খণ্ডক ভিতৰলৈ হেঁচি ধৰা
எடுத்துக்காட்டு :
ডাক্তৰে হাতৰ ডাঙৰ হৈ অহা ফোঁহাটো চেপি ধৰিলে
ஒத்த சொற்கள் : হেঁ্চা, হেচুকি ধৰা
பொருள் : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য
எடுத்துக்காட்டு :
ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়
ஒத்த சொற்கள் : চেপা
பொருள் : ওপৰৰ পৰা এনে ধৰণে বস্তু ৰখা, যাৰ দ্বাৰা কোনো বস্তু তলৰ ফাললৈ হেঁ্চা খাই ইফালে-সিফালে লৰচৰ কৰিব নোৱাৰা হয়
எடுத்துக்காட்டு :
পনীৰ প্রস্তুত কৰিবলৈ তাক কাপোৰত বান্ধি লৈ পটা গুটি আদিৰে হেঁচি ধৰা হয়
ஒத்த சொற்கள் : হেঁচি ধৰা