பொருள் : ঘৰৰ আগফাল, মাজভাগ বা পাছফালে থকা আহল-বহল মুকলি অংশ:লʼৰা-ছোৱালীবোৰে চোতালত খেলি আছে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : অংগন, আঙ্গিনা, প্রাঙ্গন, মুক্তাঙ্গন
பொருள் : কোনো ভৱন আদিৰ মাজত বা আগফাল বা পিছফালে থকা মুকলি ঠাই বিশেষ
எடுத்துக்காட்டு :
ছিৰি সাজিবৰ কাৰণে নতুন ভৱনটোত চোতাল ৰাখি থোৱা হৈছে