பொருள் : কোনো বস্তু বা কামৰ ৰক্ষণাবেক্ষণ কৰাৰ হেতু কৰা কোনো কার্য ্বা ভাব
எடுத்துக்காட்டு :
ভালদৰে চোৱা-চিতা কৰা বস্তু বহুদিনলৈকে ভালে থাকে
ஒத்த சொற்கள் : তদাৰক-তদবিৰ, দেখা-শুনা
பொருள் : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
எடுத்துக்காட்டு :
এই কামটোৰ তদাৰক ৰামে কৰিছে
ஒத்த சொற்கள் : তদাৰক, নিৰীক্ষণ, পর্যবেক্ষণ