பொருள் : নব্বৈৰ লগত চাৰি যোগ কৰিলে পোৱা সংখ্যা বিশেষ
எடுத்துக்காட்டு :
তিৰানব্বৈ আৰু চৌৰানব্বৈৰ মাজত একৰহে পার্থক্য
ஒத்த சொற்கள் : ৯৪
பொருள் : নব্বৈ আৰু চাৰি
எடுத்துக்காட்டு :
এই সন্মিলনখনত দেশ-বিদেশৰ চৌৰান্নব্বৈজন বিদ্বানে অংশগ্রহণ কৰিছে
ஒத்த சொற்கள் : চাৰিকুৰি চৈধ্য