உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে
எடுத்துக்காட்டு : মোৰ ভৰিৰ বিষ হৈছে ভকতে গুৰুৰ পদ-সেৱা লৈছে চৰণেহে জানে মৰণৰ ঠাই
ஒத்த சொற்கள் : অধমাঙ্গ, জানু, ঠেং, পদ, ভৰি
பொருள் : মানুহৰ ভৰিৰ সকলোতকৈ তলৰ অংশ যাৰ ওপৰত ভৰ দি মানুহে থিয় হʼব পাৰে আৰু খোজ কাঢ়িব পাৰে
எடுத்துக்காட்டு : কর্ম্্চাৰীজনে বিষয়াজনৰ ভৰিত পৰি কাকূতি কৰিবলৈ ধৰিলে
ஒத்த சொற்கள் : পদ, পাদ, পাৱ, ভৰি
நிறுவு